• Home
  • দেশ
  • বৰ্তমানেও জীয়াই আছে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ
Image

বৰ্তমানেও জীয়াই আছে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ

বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান বুলি ভুৱা খবৰ প্ৰচাৰ হৈছিল

৮৯ বছৰীয়া প্ৰখ্যাত অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছে মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালত।

প্ৰিয় অভিনেতাগৰাকীৰ বিয়োগৰ খবৰ দেশজুৰি প্ৰচাৰ হৈছিল।

৩০০ৰো অধিক ছবিত অভিনয় কৰিছে ধর্মেন্দ্ৰই।

তেওঁ স্বাস্থ্য বুজ ল’বলৈ কালি দিনটোত বহু বলীউদৰ ৰথী-মহাৰথীৰ আগমণ হৈছিল চিকিৎসালয়লৈ।

আনহাতে অভিনেতাগৰাকীৰ পত্নী হেমা মালিনীয়ে তেওঁৰ মৃত্যুৰ খবৰ ভুৱা বুলি সামাজিক মাধ্যমত জনাই

বৰ্তমানেও সুস্থ অৱস্থাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ।

মৃত্যুৰ খবৰৰ ভুৱা বাতৰি প্ৰচাৰক লৈ সৰৱ হেমা মালিনী আৰু কন্যা ঈষা দেৱল

Releated Posts

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক। চিকিৎসালয়খনত…

ByByMahesh Malakar Jan 6, 2026

কি হৈছে ট্ৰাম্পৰ?পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক

ভেনিজুৱেলাৰ পিছত এইবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মাৰ্কিন ৰাষ্ট্ৰপতি পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক ভেনিজুৱেলাত অতৰ্কিত…

ByByMahesh Malakar Jan 5, 2026

আজি বছৰৰ অন্তিমটো দিন

আজি বছৰৰ অন্তিমটো দিন। পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ…

ByByMahesh Malakar Dec 31, 2025
Scroll to Top