ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন। আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকিয়া ।কেচটোত যাতে কোনো বিসংগতি নাথাকে সেয়া আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছো ‘প্ৰয়োজনত আদালতত যুক্তি দৰ্শাবলৈ মই সাজু সমগ্ৰ গোচৰটো অতি গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে’ ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত প্ৰভাৱ নেপেলায়’। ‘ছিংগাপুৰ কৰ’নাৰ্ছত চলা গোচৰ আৰু অসমত চলা গোচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক’।এসপ্তাহৰ পিছত গম পাব চাৰ্জশ্বীট কিমান শক্তিশালী’।সাংবাদিকৰ আগত এই মন্তব্য কৰে মহাধিবক্তা দেৱজিৎ লন শইকিয়াই।

ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন
Tags:
Releated Posts
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…
EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি
EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ কিন্তু…
ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি
ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…
শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত
শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…











