• Home
  • অসম
  • প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ
Image

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ

দলৰ অনুশাসন মানিব লাগিব বুলি সতৰ্কবাণী দিলীপ শইকীয়াৰ

চিপৰাং,গাড্ডাৰ বিজেপিৰ সংস্কৃতি নহয় বুলি সকীয়নি

মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক দিগন্ত কলিতাৰ বিৰুদ্ধে সৰৱ দিলীপ শইকীয়া

দুদিন পূৰ্বে সামাজিক মাধ্যমত মন্ত্ৰী ৰঞ্জিত দাসেম আৰু দিলীপ শইকীয়াই ব্যৱহাৰ কৰিছিল চিপৰাং,গাড্ডাৰ শব্দটো

Releated Posts

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026

একে দিনাই TMC এৰিলে দুই সাংসদে

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে পদত্যাগ কৰা কেইটামান মূহুৰ্তৰ পিছতেই তৃণমূল কংগ্ৰেছৰ আন এগৰাকী সাংসদ ত্যাগ সায়নি ঘোষৰ…

ByByMahesh Malakar Jun 10, 2026

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’ ‘সিদ্ধাৰ্থ, শ্যামকানুসহ এই ৪টা শেষ’ আদালতে চাৰ্জ ফ্ৰেম লগোৱাৰ পাছত এইকেইটাই…

ByByMahesh Malakar Jun 9, 2026

ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ

ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ হাহাকাৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত সাৱধান হওক মহানগৰবাসী আগন্তুক ৪৮ ঘণ্টাকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী দিনতে…

ByByMahesh Malakar Jun 9, 2026
Scroll to Top