• Home
  • অসম
  • ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন
Image

ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন

ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন। আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শ‌ইকিয়া ।কেচটোত যাতে কোনো বিসংগতি নাথাকে সেয়া আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছো ‘প্ৰয়োজনত আদালতত যুক্তি দৰ্শাবলৈ মই সাজু সমগ্ৰ গোচৰটো অতি গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে’ ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত প্ৰভাৱ নেপেলায়’। ‘ছিংগাপুৰ কৰ’নাৰ্ছত চলা গোচৰ আৰু অসমত চলা গোচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক’।এসপ্তাহৰ পিছত গম পাব চাৰ্জশ্বীট কিমান শক্তিশালী’।সাংবাদিকৰ আগত এই মন্তব্য কৰে মহাধিবক্তা দেৱজিৎ লন শ‌ইকিয়াই।

Releated Posts

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…

ByByMahesh Malakar Jul 4, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top