• Home
  • অসম
  • সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম
Image

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং

কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং কৰিব পাৰিব টিকট

নতুনকৈ খোলা কামাখ্যা ধামৰ প’ৰ্টেলযোগে হ’ব বুকিং

১৫ জুন সন্ধিয়া ৬:০০ বজাৰ পৰা সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া হ’ব পৰ্টেলটো

কামাখ্যা ধামত ভক্তৰ অত্যধিক ভিৰ হোৱা লৈ কামাখ্যা মন্দিৰ কতৃপক্ষৰ বিশেষ সিদ্ধান্ত

Releated Posts

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’ ‘সিদ্ধাৰ্থ, শ্যামকানুসহ এই ৪টা শেষ’ আদালতে চাৰ্জ ফ্ৰেম লগোৱাৰ পাছত এইকেইটাই…

ByByMahesh Malakar Jun 9, 2026
Scroll to Top