ঘোষণা হ’ল হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
কলা শাখা,বিজ্ঞান শাখা,বাণিজ্য শাখাত কোন শীৰ্ষত?
ক’লা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৪৭৫৫ গৰাকী
বান্যিজ্য শাখাত প্ৰথম বিভাগত ৭৭৮৭ গৰাকী
বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪০৭৯ গৰাকী
ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব আপুনি













