আৰু মাত্ৰ কেইটামান ঘণ্টা
কাইলৈ পুৱাই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল
কি কি ৱেৱচাইটত চাব পাৰিব ফলাফল?
ahsec.assam.gov.in
results. ahsecregistration.in
digilocker.gov.in
Upolobdho মোবাইল এপত চাব পাৰিব ফলাফল
কাইলৈ ভাগ্য নিৰ্ণয় হ’ব ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থীৰ













