প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা
বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰা সুবেই প্ৰয়োজন
এই গৱেষণা কৰিলে জুবিন গাৰ্গৰ বহু কথা গম পোৱা যাব
গৱেষণা কৰিলে ভৱিষ্যত প্ৰজন্ময়ো গম পাব জুবিন গাৰ্গৰ বিষয়ে
ঘোষণা জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ













