• Home
  • অসম
  • নিৰ্বাচনৰ পাছতেই হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
Image

নিৰ্বাচনৰ পাছতেই হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

নিৰ্বাচনৰ পাছতেই হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

বৃদ্ধি পাইছে ১১ বিধকৈ সামগ্ৰীৰ মূল্য

চাউল, দাইল, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, গাখীৰ, মিঠাতেলৰ লগতে ১১বিধ সামগ্ৰীৰ বাঢ়িল দাম

কি কি সামগ্ৰীৰ কিমান দাম হ’ল বৃদ্ধি?

প্ৰতিলিটাৰ পেট্ৰলৰ ৩.১৪ পইচাকৈ বৃদ্ধি

ডিজেলত ৩.১১ পইচাকৈ বৃদ্ধি

সৰ্বাধিক ২৪% বৃদ্ধি ঔষধৰ মূল্য

প্ৰতিকেজি চাউলত ১০ টকাকৈ বৃদ্ধি

মচুৰ দাইলত বৃদ্ধি ১০ টকাকৈ

প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৯৯৩ টকাকৈ বৃদ্ধি

ৰন্ধন গেছৰ সৰু চিলিণ্ডাৰত ২৬১ টকাকৈ বৃদ্ধি

প্ৰতিলিটাৰ পেকেট গাখীৰত ২ টকাকৈ বৃদ্ধি

সোণৰ আমদানী শুল্ক ১৫ শতাংশলৈ বৃদ্ধি

ৰূপৰো আমদানী শুল্ক ১৫ শতাংশলৈ বৃদ্ধি

ব্ৰেডৰ দাম ৩ টকা, মিঠাতেলৰ ১০ টকা পৰ্যন্ত বৃদ্ধি

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top