• Home
  • অসম
  • ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি
Image

ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি

সাৱধান হওক ৰাজ্যবাসী

ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি

ধুমুহা-বৰষুণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে কালৰূপ

আগন্তুক ৪ দিনলৈকে ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং

বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী

কামৰূপ, কামৰূপ মেট্ৰ’, দৰং, ওদালগুৰি, মৰিগাঁও

হোজাই, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং

গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, যোৰহাট, ধেমাজি

মাজুলী, ডিমাহাছাও, কাছাৰ, শোণিতপুৰ জিলাত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট

Releated Posts

ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি

সাৱধান হওক ৰাজ্যবাসী ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি ধুমুহা-বৰষুণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে কালৰূপ আগন্তুক…

ByByMahesh Malakar Apr 26, 2026

শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN

শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN ঘৰৰ পৰা ওলাই পৰিয়ালক বিভ্ৰান্ত কৰি দুটা দিশত দুখনকৈ UBER বাহন বুক কৰিছিল ভাৱনা…

ByByMahesh Malakar Apr 25, 2026

বিদায় নিশামণি!

নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ চকুত চকুপানী লৈ হাজাৰ হাজাৰ জনতা সমবেত নিশামণিৰ বাসগৃহত ঘৰৰ পৰা হাঁহি স্ফুৰ্তি…

ByByMahesh Malakar Apr 25, 2026

পুৱাই ৰাজ্যত বতৰৰ কালৰূপত স্তব্ধ জনজীৱন

পুৱাই ৰাজ্যত বতৰৰ কালৰূপত স্তব্ধ জনজীৱন ঠায়ে ঠায়ে ধুমহা-বৰষুণে লৈছে কালৰূপ ৰাজ্যৰ কেইবাটাও প্ৰান্তত পুৱাৰে পৰা বতৰৰ কালৰূপ…

ByByMahesh Malakar Apr 25, 2026
Scroll to Top