এটা সমষ্টিৰ বাবে ৰাইজৰ দল-কংগ্ৰেছৰ মিত্ৰতাত লাগিল আউল।ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ।
এই কথা ঘোষণা কৰিলে অখিল গগৈয়ে।
ধিং সমষ্টিৰ বাবেই দুয়োটা দলৰ মাজত সম্ভৱ নহ’ল মিত্ৰতা।
কাজিৰঙাত সংবাদমেলযোগে জনালে অখিল গগৈয়ে।
কংগ্ৰেছে একপক্ষীয়ভাৱে তালিকা প্ৰস্তুত কৰিছে বুলি অভিযোগ অখিলৰ।
১৩ খন আসন বিচাৰিছিল ৰাইজৰ দলে।
কংগ্ৰেছে মাত্ৰ চাৰিখনহে আসন দিব বিচাৰিছিল ৰাইজৰ দলক।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাম্ভিকতাৰ বাবে এনে হৈছে বুলি মন্তব্য অখিলৰ।
গৌৰৱ গগৈক সমালোচনা অখিল গগৈৰ।গৌৰৱ গগৈ, ৰকিবুল হুছেইনে সমষ্টিসমূহৰ প্ৰাৰ্থীসকলৰ পৰা টকা লৈ থৈছে’। কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ বিস্ফোৰক অভিযোগ।
See more














