ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা
বিশ্বত ফুটবল বিশ্বকাপৰ উন্মাদনা
দুই প্ৰিয় তাৰকা মেছি আৰু ৰোনাল্ডোৰ দুই ভৰিৰ যাদু চাবলৈ সাজু বিশ্ববাসী
এইবাৰৰ ফিফা বিশ্বকাপত অন্ত পৰিব পাৰে দুই প্ৰিয় তাৰকাৰ দুভৰিৰ যাদু
উদ্বোধনী মেচত মেক্সিকো মুখামুখি হ’ব দক্ষিণ আফ্ৰিকাৰ
এই মেচখন ভাৰতীয় সময় অনুসৰি ১২ জুনৰ মাজনিশা ১২:৩০ বজাত সম্প্ৰচাৰ কৰা হ’ব
















