• Home
  • অপৰাধনামা
  • জাগীৰোডৰ গণেশ টকিজত আজিৰে পৰা প্ৰদৰ্শনী আৰম্ভ “ ৰৈ ৰৈ বিনালে “
Image

জাগীৰোডৰ গণেশ টকিজত আজিৰে পৰা প্ৰদৰ্শনী আৰম্ভ “ ৰৈ ৰৈ বিনালে “

জাগীৰোডৰ গণেশ টকিজত আজিৰে পৰা প্ৰদৰ্শনী আৰম্ভ “ ৰৈ ৰৈ বিনালে “

জুবিন গাৰ্গৰ “ ৰৈ ৰৈ বিনালে ’’ ছবি খনৰ বাবেই এতিয়া খোল খাইছে প্ৰায় ছয় বছৰ ধৰি বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ নামৰ চিনেমা হল ।

প্ৰায় আঠশ দৰ্শকে একেলগে বহি চিনেমা চাব পৰা হলটো জুবিন অনুৰাগী সকলেও এই চিনেমা হলটোতে ৰৈ ৰৈ বিনালে চাবলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছিল ।

ইতিমধ্যে আহি ভিৰ কৰিছে জুবিন অনুৰাগী সকলে ৷প্ৰথমটো দৰ্শনী আজি ১১টা বজাৰ পৰা আৰম্ভ হ’ব ৷

Releated Posts

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…

ByByMahesh Malakar Apr 30, 2026
Scroll to Top