• Home
  • অসম
  • চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান
Image

চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান ৷ তেজপুৰৰ পৰোৱাস্থিত বাসগৃহত বার্ধক্য জনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ শিল্পী গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৩ বছৰ।

অসমীয়াৰ আবেগ জড়িত হৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্রতীক চিহ্ন গঁড় অংকন কৰিছিল বিশিষ্ট শিল্পী গৰাকীয়ে। চৌকত আলীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে তেজপুৰত।

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ…

ByByMahesh Malakar Jun 8, 2026

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব…

ByByMahesh Malakar Jun 7, 2026

চামুচেৰে আঁচনি দিছে আনফালে বেলচাই সাধাৰণ জনতাৰ পৰা কাঢ়ি নিছে চৰকাৰে

চামুচেৰে আঁচনি দিছে আনফালে বেলচাই সাধাৰণ জনতাৰ পৰা কাঢ়ি নিছে চৰকাৰে জনসাধাৰণৰ মূৰত পুনৰ ৰামটাঙোন আজিৰ পৰা পুনৰ…

ByByMahesh Malakar Jun 7, 2026

বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ ৫ ছাত্ৰৰ

বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ ৫ ছাত্ৰৰ দুই হিন্দু ছাত্ৰকো গো মাংস ভক্ষণ কৰিবলৈ হেঁচা ঘটনাৰ গাপ দিয়াৰ চেষ্টা…

ByByMahesh Malakar Jun 6, 2026
Scroll to Top