মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায়
৬ টাকৈ কঠোৰ নিৰ্দেশনা বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাই
পৰিস্থিতিৰ সুযোগ লৈ অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায়িৰ
সকলো দোকানত খুচুৰা, পাইকাৰী মূল্য আৰি থোৱাটো বাধ্যতামূলক
গ্ৰাহকক মূল্যবৃদ্ধিৰে হাৰাশাস্তি কৰিলেই বাতিল হ’ব ট্ৰেড লাইসেন্স
DCৰ নেতৃত্বত ৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান
প্ৰতি সপ্তাহত DC, চেম্বাৰ বাণিজ্যিক সংস্থাৰ বৈঠক বাধ্যতামূলক














