• Home
  • অসম
  • বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অব্যাহত আছে দল বাগৰা ৰাজনীতি
Image

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অব্যাহত আছে দল বাগৰা ৰাজনীতি

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অব্যাহত আছে দল বাগৰা ৰাজনীতি

প্ৰচাৰ অভিযানৰ মাজতে দেওবাৰে নিশা বিপিএফ দলৰ আই টি চেলৰ সদস্য আৰু যুৱ বিপিএফৰ কেবাগৰাকীও সদস্যই যোগদান কৰিলে ইউপিপিএল দলত।

মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত এইসকল যুৱকে আনুষ্ঠানিকভাৱে যোগদান কৰে ইউপিপিএলত।

বাক্সাৰ মেদাঘাটত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই কয় যে এইবাৰ প্ৰমোদ বড়ো নেতৃত্বত পুনৰ ইউপিপিএল দলে অকলে পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ব আৰু মুছলপুৰ সমষ্টিৰ পৰা তেওঁ ৫০ হাজাৰতকৈ অধিক ভোট লাভ কৰিব।

মুছলপুৰত সমষ্টিত তেওঁৰ বাহিৰে কোনো গত্যন্তৰ নাই বুলি কৈ তেওঁ বিটিআৰৰ ৪০টা সমষ্টিৰ ভিতৰত মুছলপুৰ সমষ্টিয়ে অভিলেখ গঢ়িব মন্তব্য কৰে।

ইফালে দলত্যাগী নেতা বিদ্যুৎ বসুমতাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ‘কোন বিদ্যুৎ বসুমতাৰী, মই চিনিয়েই নাপাওঁ।’

Releated Posts

‘৪ মে’ত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ

নিৰ্বাচনী ফলাফললৈ মাজত মাত্ৰ এটা দিন বাকী ‘৪ মে’ত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ গৌৰৱ গগৈ হ’ব মুখ্যমন্ত্ৰী’…

ByByMahesh Malakar May 2, 2026

ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি

ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি ভোটগণনা কেন্দ্ৰৰ চৌহদত সমদল,শ্লগান দিব নোৱাৰিব ভোটকেন্দ্ৰৰ ভিতৰলৈ নিজ নোৱাৰিব মোবাইল…

ByByMahesh Malakar May 2, 2026

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’

জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…

ByByMahesh Malakar May 1, 2026
Scroll to Top