পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা
মন্দিৰৰ দান-বৰঙণি চুৰিত মূল অভিযুক্ত লৱকুশ মিশ্ৰ
মাহিলি ১২,০০০ টকাকৈ পাৰিতোষিক লাভ কৰা লৱকুশে সাজিছিল বৃহৎ অট্টালিকা
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ ভয়ংকৰ তথ্য,
ভিন্ন ঠাইত কিনিছিল মাটি
অভিযুক্তই কি শাস্তি প্ৰদান কৰা হব সময়ত হ’ব লক্ষ্যণীয়











