• Home
  • অসম
  • বিশ্বনাথৰ ঘিলাধাৰী নদীত সন্ধানহীন ১১ বছৰীয়া শিশুক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত

বিশ্বনাথৰ ঘিলাধাৰী নদীত সন্ধানহীন ১১ বছৰীয়া শিশুক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত

বিশ্বনাথৰ ঘিলাধাৰী নদীত সন্ধানহীন ১১ বছৰীয়া শিশুক বিচাৰি SDRF আৰু NDRF দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।

বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত ঘিলাধাৰী নদীত বৃহস্পতিবাৰৰ বিয়লি ভাগৰে পৰা সন্ধানহীন হৈ আছে এটি ১১ বছৰীয়া শিশু।

বিয়লিৰ ভাগত দলংগুৰিৰ ঘিলাধাৰী নদীত গা ধুবলৈ বুলি পানীত নামিছিল শিভম পানিকা নামৰ শিশুটি। ইয়াৰ পিছতে কাৰ্যতঃ সন্ধানহীন হয় শিশুটি।

ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি SDRF আৰু NDRF দলক উদ্ধাৰ অভিযানৰ বাবে ব্যৱস্থা কৰিছে।

অৱশ্যে, ২ নং ঘিলাধাৰীৰ অজয় পানিকাৰ পুত্ৰ শিভম পানিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও পুনৰ আজি পুৱা ভাগৰে পৰা SDRF আৰু NDRF দলটো নদীত নামি তীব্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে।

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ আজিৰ দিনটোতেই…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top