Image

আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনা!

আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনা!

টেক অফৰ কিছুসময় পিছতেই দুৰ্ঘটনাত পতিত কাৰ্গো বিমান
বিমানখন আছিল UPS কাৰ্গো বিমান। দুৰ্ঘটনাটোত এইপৰ্যন্ত অতি কমেও ৭জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাত আহতৰ সংখ্যা হৈছে ১১জন
আহতসকল স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তদুপৰি কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি উদ্ধাৰকাৰী সংস্থাই জানিবলৈ দিয়ে। দুৰ্ঘটনাস্থলীৰ সমীপত বাস কৰা বাসিন্দাসকলক তেওঁলোকৰ সুৰক্ষাৰ বাবে আপাততঃ নিজৰ ঘৰতে থাকিবলৈ কোৱা হৈছে।

ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, স্থানীয় সময় অনুসৰি বিয়লি ৫:১৫ বজাত UPS Flight 2796 বিমানখনে লুইছভিল বিমানবন্দৰৰ পৰা হনোলুলুলৈ যাত্ৰা কৰিছিল। বিমানখনত তিনিজন ক্ৰু মেম্বাৰ আছিল। তিনিওজনৰে ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে

Releated Posts

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই ‘মোক মৌন কৰোৱা হৈছে’ ‘সদনত ভাষণ দিয়া বন্ধ কৰা হৈছে’…

ByByMahesh Malakar Apr 3, 2026

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ উপ-দলপতি পদৰ পৰা আপে অপসাৰণ কৰে চাদ্দাক শেহতীয়াকৈ কেইটবাটাও ঐতিহাসিক বিষয় ৰাজ্যসভাত…

ByByMahesh Malakar Apr 2, 2026

আকৌ জনতাৰ মূৰত মাধমাৰ!

আকৌ জনতাৰ মূৰত মাধমাৰ! গেছ নাটনিৰ মাজতে আকাশলংঘীভাৱে বাঢ়িলে LPG চিলিণ্ডাৰৰ মূল্য ১৯৫ টকা পৰ্যন্ত বৃদ্ধি চিলিণ্ডাৰৰ দাম…

ByByMahesh Malakar Apr 1, 2026
Scroll to Top