Image

আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনা!

আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনা!

টেক অফৰ কিছুসময় পিছতেই দুৰ্ঘটনাত পতিত কাৰ্গো বিমান
বিমানখন আছিল UPS কাৰ্গো বিমান। দুৰ্ঘটনাটোত এইপৰ্যন্ত অতি কমেও ৭জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাত আহতৰ সংখ্যা হৈছে ১১জন
আহতসকল স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তদুপৰি কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি উদ্ধাৰকাৰী সংস্থাই জানিবলৈ দিয়ে। দুৰ্ঘটনাস্থলীৰ সমীপত বাস কৰা বাসিন্দাসকলক তেওঁলোকৰ সুৰক্ষাৰ বাবে আপাততঃ নিজৰ ঘৰতে থাকিবলৈ কোৱা হৈছে।

ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, স্থানীয় সময় অনুসৰি বিয়লি ৫:১৫ বজাত UPS Flight 2796 বিমানখনে লুইছভিল বিমানবন্দৰৰ পৰা হনোলুলুলৈ যাত্ৰা কৰিছিল। বিমানখনত তিনিজন ক্ৰু মেম্বাৰ আছিল। তিনিওজনৰে ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে

Releated Posts

বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ ফলাফলৰ বাবে সকলোৱে দৃষ্টি নিবদ্ধ আছে ৷ অধিকাংশ নিৰ্বাচনী সমীক্ষা এজেন্সীৰ প্ৰাক নিৰ্বাচনী…

ByByMahesh MalakarNov 14, 2025

বিধায়ক হোৱাৰ দিশে আনন্দ মিশ্ৰ

বিধায়ক হোৱাৰ দিশে আনন্দ মিশ্ৰ বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ! বক্সাৰ সমষ্টিত আগবাঢ়ি আছে আনন্দ মিশ্ৰ।…

ByByMahesh MalakarNov 14, 2025

কাৰ হাতলৈ যাব বিহাৰৰ?

কাৰ হাতলৈ যাব বিহাৰৰ? আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা। ৮ বজাৰ পৰা বিহাৰৰ ২৪৩ খন বিধানসভা আসনৰ ভোটগণনা। আজি…

ByByMahesh MalakarNov 14, 2025

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ! ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।বাবৰি…

ByByMahesh MalakarNov 13, 2025
Scroll to Top