• Home
  • অসম
  • CID কাৰ্যালয়ত হাজিৰ টাৰছেম মিট্টাল
Image

CID কাৰ্যালয়ত হাজিৰ টাৰছেম মিট্টাল

CID কাৰ্যালয়ত হাজিৰ টাৰছেম মিট্টাল।

SITয়ে জেৰা চলাব টাৰছেম মিট্টালক।

জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ আছিল টাৰছেম মিট্টাল।

কেইবাবছৰ ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম।

আজি SITৰ জেৰাৰ সন্মুখীন জুবিনৰ প্ৰাক্তন মেনেজাৰ।

প্ৰায় ১২ বছৰ জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম মিট্টাল।

টাৰছেম মিট্টালৰ জৰিয়তে সিদ্ধাৰ্থৰ সৈতে চিনাকি হৈছিল জুবিন গাৰ্গ।

Releated Posts

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি…

ByByMahesh MalakarDec 11, 2025

বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ

বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ ৩০ ঘণ্টা পাৰ হ’ল যদিও এতিয়াও জ্বলি আছে মহানগৰীৰসাত…

ByByMahesh MalakarDec 11, 2025

আজি শ্বহীদ দিৱস

আজি শ্বহীদ দিৱস অসম আন্দোলনৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত শ্বহিদ দিৱস। মহানগৰীৰ বৰাগাঁৱত মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ। অসম…

ByByMahesh MalakarDec 10, 2025

কাইলৈ মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ

কাইলৈ মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ পুৱাই শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ। ১১৬ বিঘা মাটিত…

ByByMahesh MalakarDec 9, 2025
Scroll to Top