• Home
  • অসম
  • ভাগৱত গীতাত ধৰি গৌৰৱ গগৈৱে বিদেশত সম্পত্তি নাই বুলি শপত খাওকঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Image

ভাগৱত গীতাত ধৰি গৌৰৱ গগৈৱে বিদেশত সম্পত্তি নাই বুলি শপত খাওকঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • নির্বাচনী প্ৰচাৰ অন্ত পৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ
  • কংগ্ৰেছে দুখ লগা ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 
  • ফেচবুক লাইভযোগে কেইবাটাও  গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 
  • মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কংগ্রেছক তীব্র সমালোচনা কৰাও পৰিলক্ষিত হয় 
  • এইবাৰ প্ৰচাৰত কংগ্ৰেছে জালিয়াতিৰ সীমা চেৰাই যোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 
  • প্রত্যাহ্বান গ্ৰহণ কৰি গৌৰৱ গগৈক বটদ্ৰৱালৈও আমন্ত্রণ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 
  • ভাগৱত গীতাত ধৰি গৌৰৱ আৰু পত্নীৰো বিদেশত সম্পত্তি নাই বুলি শপত খোৱাৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে 
  • বুধবাৰে পুৱা ৯ বজাত বটদ্ৰৱালৈ আহিবলৈ গৌৰৱ গগৈক প্রত্যাহ্বান জনায় 
  • গৌৰৱে গুৱাহাটীত কোনো স্থান নির্ধাৰণ কৰিলে যাবলৈ প্রস্তুত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top