- নির্বাচনী প্ৰচাৰ অন্ত পৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ
- কংগ্ৰেছে দুখ লগা ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
- ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কংগ্রেছক তীব্র সমালোচনা কৰাও পৰিলক্ষিত হয়
- এইবাৰ প্ৰচাৰত কংগ্ৰেছে জালিয়াতিৰ সীমা চেৰাই যোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
- প্রত্যাহ্বান গ্ৰহণ কৰি গৌৰৱ গগৈক বটদ্ৰৱালৈও আমন্ত্রণ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
- ভাগৱত গীতাত ধৰি গৌৰৱ আৰু পত্নীৰো বিদেশত সম্পত্তি নাই বুলি শপত খোৱাৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে
- বুধবাৰে পুৱা ৯ বজাত বটদ্ৰৱালৈ আহিবলৈ গৌৰৱ গগৈক প্রত্যাহ্বান জনায়
- গৌৰৱে গুৱাহাটীত কোনো স্থান নির্ধাৰণ কৰিলে যাবলৈ প্রস্তুত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

ভাগৱত গীতাত ধৰি গৌৰৱ গগৈৱে বিদেশত সম্পত্তি নাই বুলি শপত খাওকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Releated Posts
ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী
মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…
ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন
জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।












