ভাৰতীয় সামাজিক বিজ্ঞান একাডেমীৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হ’ল USTM ৰ উপাচাৰ্য অধ্যাপক জি দি শৰ্মা…

সদ্যঘোষিত ৰাষ্ট্ৰীয় সামাজিক বিজ্ঞান একাডেমীৰ নিৰ্বাচনত সভাপতিৰ পদৰ বাবে নিৰ্বাচিত কৰা হ’ল USTM ৰ উপাচাৰ্য অধ্যাপক জি দি শৰ্মাক। ভাৰতত সামাজিক বিজ্ঞান গৱেষণা আৰু নীতি সংলাপৰ উন্নতিৰ বাবে সমৰ্পিত ভাৰতীয় সামাজিক বিজ্ঞান একাডেমীৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা উপাচাৰ্য অধ্যপক জি দি শৰ্মাই এই দায়িত্ব শীঘ্ৰেই গ্ৰহণ কৰিব।পূৰ্বে Association of Indian Universities চমুকৈ AIU ৰ সভাপতি … Read more

ডিগবৈত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সজাগতা প্ৰশিক্ষণ শিবিৰ সম্পন্ন….

ডিগবৈ চিভিল ডিফেন্সৰ ডেপুটি কণ্টলাৰ ভাস্কৰ ডেকা,ডেপুটি ৱাৰ্ডেন অলকেল দেৱ আৰু ভলণ্টিয়াৰ সকলে তিনিদিনীয়া প্ৰশিক্ষণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক দুৰ্যোগৰ সময়ত ল’ব লগা সাৱধানতা,ৰছী আৰু বাঁহৰ দ্বাৰা চাঙি সজা,বিভিন্ন প্ৰকাৰৰ ৰছীৰ গাঁঠি, কাপোৰ ব্যৱহাৰ কৰি মুৰ, কিলাকুটি,ভৰি আঁঠু,বাহু আৰু ডিঙিৰ বেণ্ডেজ দিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ আগবঢ়ায়।তদুপৰি দুৰ্যোগৰ সময়ত ঘৰৰ চাডৰ পৰা কেনেকৈ ৰছী ব্যৱহাৰ কৰি মানুহ … Read more

মাৰ্ঘেৰিটা-লিডু সংযোগী জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ প্ৰদৰ্শন…

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা-লিডুৰ সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাত ।যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মূখীন হৈছে সাধাৰণ পথচাৰী।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি মাৰ্ঘেৰিটাৰ লিডুত বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে। মাৰ্ঘেৰিটা-লিডুৰ সংযোগী ৰাষ্ট্ৰীয় ঘা‍ইপথ নিৰ্মাণৰ দাবীত সংগঠনটোৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।লিডু মহাবিদ্যালয়ৰ তিনিআলিৰ পৰা … Read more

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল দেৱজিত ৰাজবংশী….

গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি।ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ’ল পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশী।পালেংবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং পালেংবাৰীত পালেংবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত সদ্যবিজয়ী বিজেপি দলৰ সদস্য (কাউন্সিলৰ) দেৱজিত ৰাজবংশীৰ লগত পালেংবাৰীৰ ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হয়। স্থানীয় ৰাইজৰ … Read more

বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ উদ্যোগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা দেখুওৱাবলৈ সক্ষম কৃত্তী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান…

বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ উদ্যোগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতা দেখুওৱাবলৈ সক্ষম কৃত্তী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰু আল ইছলাম খানৰ পৌৰহিত্বতত অনুষ্ঠিত সভাত বৃহত্তৰ অঞ্চলৰ প্ৰায় ১১ খন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৩৯ জন ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ, কলম আৰু ফুলৰ … Read more

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনা….

মানকাচৰত এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই তী*ব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত বামনপাৰা গাঁৱৰ হাছমত আলীৰ ল’ৰা সমেৰ আলী নামৰ এজন যুৱকক মা*ৰ*পি*ট*ৰ ঘটনাই অঞ্চল জুৰি তী*ব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে।জানিব পৰা মতে সমেৰ আলী নামৰ লোক জনে দুজন মানুহক লগতলৈ মানূল্লাপাৰাত গৈছিল আৰু অহাৰ সময়ত প্ৰথমতে গাড়ীৰ পৰা চোঁচৰাই নমাৱলৈ … Read more

সদস্য ঘোষিত CBSC পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে বঙাইগাঁৱৰ নগৰঝাৰলৈ আনিছে আনন্দৰ বন্যা….

সদস্য ঘোষিত CBSC পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে এখন গাওঁলৈ। বঙাইগাঁও জিলাৰ নগৰঝাৰৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক খোৱাজ উদ্দিন মণ্ডলৰ সুযোগ্য সন্তান মাছুম ইকবাল মণ্ডলে এইবেলি মেট্ৰিক পৰীক্ষাত বৰপেটা স্থিত পিনাক্কেল একাডেমীৰ পৰা ৯০.৫ % নম্বৰ লাভ কৰি বিদ্যালয় খনৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে।তদুপলক্ষে মঙ্গলবাৰে বিয়লি বিজনী জিলা সমিতি আমছুৰ সাধাৰণ … Read more

চি বি এছ ই ৰ দশম শ্ৰেণীৰ পৰীক্ষাত মাৰ্ঘেৰিটাৰ মনালিছা দত্তৰ কৃতিত্ব….

মাৰ্ঘেৰিটাৰ কালিবাড়ী নিবাসী মৌচুমী দত্ত আৰু পৰীক্ষিত দত্ত সুযোগ্য কন্যা মনালিছা দত্তই সদ্য ঘোষিত চি বি এছ ই ৰ দশম শ্ৰেণীৰ ফলাফলত ৯৮ শতাংশ লাভ কৰি উত্তীৰ্ণ হয়। তেওঁ অংক আৰু কম্পিউটাৰ বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত মনালিছা দত্তই অতি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই … Read more

মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট…

মানকাচৰত এজেপি বিজেপি মিত্ৰজোঁটৰ বিজয়ী দলৰ সমৰ্থকক মাৰপিট।কংগ্ৰেছ দলৰ সমৰ্থকে মাৰপিট কৰাৰ অভিযোগ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁওৰ এজেপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত উক্ত ৱাৰ্ডৰ মানুহে এখন ৰেলি উলিয়ায়। উক্ত ৰেলী খন ৱাৰ্ড খনৰ ইমূৰৰপৰা পৰা সিমূৰলৈকে লৈ গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা কংগ্ৰেছ দলৰ সমৰ্থকে সহিদুৰ ৰহমান … Read more

ডিগবৈ চহৰত ই-ৰিক্সা চলোৱাৰ নীতি নিৰ্দেশনা….

ডিগবৈ চহৰত ই-ৰিক্সা চলোৱাৰ নীতি নিৰ্দেশনা।ডিগবৈ চহৰত ই-ৰিক্সা চলাই বহু নিৱনুৱা যুৱকে পৰিয়াল পোহপাল দি আছে। প্ৰায় এহেজাৰখন ই-ৰিক্সা চহৰত চলাবলৈ যাওঁতে সময়ে সময়ে বিভিন্ন সমস্যাই দেখা দিয়ে।এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি সমূহ ই-ৰিক্সাৰ স্বত্বাধিকাৰী আৰু চালক সন্থা একগোট হৈ ডিগবৈ পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত হয়।ডিগবৈ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া অনিৰুদ্ধ বৰা,মুখ্য অভিযন্তা বিকাশ গগৈ আৰু মুখ্য কাৰ্যালয় … Read more