জাগীৰোডৰ ডোঙাবড়ীত ৬৯ তম শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন ৷জাগীৰোডৰ ডোঙাবড়ীতো গোভা,ডিমৰীয়া আৰু মনহা আঞ্চলিক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱএইবেলি ছয় দিনীয়াকৈ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে চলাইছে ব্যাপক আয়োজন ৷ৰাস মহোৎসৱত শুকুৰবাৰে প্ৰথমদিনা গোপীসকলে শ্ৰী কৃষ্ণৰ লীলা প্ৰদৰ্শন কৰিবৰ বাবে অঞ্চলটোৰজীয়ৰী-বোৱাৰী সকলোৱে ইতিমধ্যে প্ৰতি দিনে চলাই আছে আখৰা ৷ গোভা ,ডিমৰীয়া আৰু … Read more