লাহৰিঘাট জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলৰ মোছলেফুল আহমেদৰ নিৰ্বাচনী প্ৰচাৰ…
লাহৰিঘাট জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলৰ মোছলেফুল আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভা।নিশা ভেহুগুৰিস্থিত নিজ বাস ভৱনত এক নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থী মোছলেফুল আহমেদে ৰাইজক নিৰ্বাচন উদ্দেশ্য দিলে উদাত্ত ভাষন। এইবাৰ শাসক পক্ষত থাকিব লাহৰিঘাটৰ ৰাইজ । চামগুৰিৰ ৰাইজে যি দৰে কংগ্ৰেছৰ চিৰ বিদায় দিলে এইবাৰ লাহৰিঘাটৰ ৰাইজেও কংগ্ৰেছক বিদায় দিবলৈ সাজু হৈছে।ৰাইজৰ মনৰ বতৰাই … Read more