পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা।

পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা। পাছত দেহৰ অৱশিষ্টখিনি এটা হ্ৰদত পেলাই দিলে পাষাণ স্বামীয়ে। এই নৃশংস ঘটনা সংঘটিত হ’ল তেলেংগানাৰ হায়দৰাবাদ চহৰৰ জিলেলাগুডা অঞ্চলত। হত্যাকাৰী স্বামী গুৰুমূৰ্তি পেচাত এজন প্ৰাক্তন সেনা জোৱান আছিল। হত্যাৰ বলি হোৱা মাধৱী নামৰ মহিলাগৰাকীৰ আছিল দুটি সন্তান। বিগত ৫ বছৰ ধৰি … Read more

এটা পাৰ চৰাইৰ বাবে এটা নৃশংস হত্যাকাণ্ড । ক’ত সংঘটিত হৈছে এই ঘটনা ?

এটা পাৰ চৰাইৰ বাবে এটা নৃশংস হত্যাকাণ্ড ।নিজ ককায়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ ভাতৃক ।নুমলীগড়ৰ মৰঙিত নিশা লোমহৰ্ষক হত্যাকাণ্ড ।সুৰামত্ত অৱস্থাত যদু বৰাক হত্যা লাতুমণি বৰাৰ ।এটা পাৰ চৰাই মাৰি খোৱাৰ বাবে এই জঘন্য কাণ্ড ।হত্যাকাৰী লাতুমণি বৰাক গ্ৰেপ্তাৰ বগীজান আৰক্ষীৰ ।

গুৱাহাটীৰ মাজ মজিয়াত ভয়ংকৰ ঘটনা । হাতীগাওঁ নাহৰনী পথত এগৰাকী যুৱতীক চু**ৰে আঘাত যুৱকৰ ।

কৰ্মস্থলীলৈ ওলাই যোৱাৰ সময়ত যুৱতীগৰাকীয়ে ৰৈ আছিল ৰেপিড ।ৰেপিড ৰৈ থকা অৱস্থাত উবেৰত অহা দুৰ্বৃত্তই চুৰিৰে আঘাত কৰিছিল ।যুৱতী মৌচুমী গগৈৰ ঘৰ ডিব্ৰুগড়ত, পিতৃ এজন আৰক্ষী ।চুৰিকাঘাট কৰা প্ৰেমিক ভূপেন দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল ।প্ৰেমজনিত কাজিয়াৰ ফলতেই এই ঘটনা সংঘটিত হৈছিল ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।ভূপেন দাস আৰু মৌচুমী গগৈৰ আছিল প্ৰেমৰ … Read more

মণিপুৰত আন এটা শিশুক গুলীয়াই হত্যা কৰাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল । ঘটনাটোৰ সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ।

শেহতীয়াকৈ, কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে মণিপুৰৰ জিৰিবামত এটা মেইটেই পৰিয়ালৰ ছয়জন সদস্যক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । তেওঁলোকক অসমৰ সীমান্তৰ ওচৰৰ অঞ্চলৰ পৰাই অপহৰণ কৰা হৈছিল । ইয়াৰ পূৰ্বে মণিপুৰত নিহত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ ক্ষত-বিক্ষত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছিল । এটা দহ মাহৰ কেঁচুৱাসহ পৰিয়ালৰ আন তিনিজন সদস্যৰ মৰণোত্তৰ … Read more

তিনিচুকীয়া জিলাৰ নতুন গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড ।

একেখন গাওঁৰ এগৰাকী মহিলাই যুৱক এজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ আৰু ৰাইজৰ ।হত্যাকাণ্ডৰ বলি হোৱা যুৱকজনৰ নাম সমীৰ গোহাঁই (২২) বুলি জানিব পৰা গৈছে ।শনিবাৰৰ পৰা নিখোজ হৈ থকা যুৱকজনৰ মৃতদেহ আজি পুৱাই উদ্ধাৰ হয় গাঁৱৰে এখন হাবিত ।যুৱকজনক গাঁৱৰে নিবাসী স্মৃতি নেওগ নামৰ মহিলা এগৰাকীয়ে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ।উক্ত মহিলাগৰাকীৰ সৈতে নিবিড় … Read more

নিজ পুত্ৰক হত্যা কৰাৰ অভিযোগত আটক মাতৃক । ক’ত সংঘটিত হৈছে এই ঘটনা । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ । দুৰ্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ এক নং লাজুমৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠ বিদ্যালয়ৰ খেলপথাৰৰ সমীপৰ নিবাসী অভিমন্যু নামৰ পাঁচ বছৰীয়া শিশুটি অষ্টমী পূজাৰ দিনা পুৱা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল । পৰৱৰ্তী সময়ত সোমবাৰে বুঢ়ীদিহিং নৈৰ চাপৰিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল । স্থানীয় … Read more

কলিয়াবৰৰ জমখলাত ৰহস্যজনক ঘটনা।

কলিয়াবৰৰ জমখলাত ৰহস্যজনক ঘটনা। ক্ষত বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। বিচনাৰ কাষতে পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ । মৃত যুৱকজনৰ নাম গুণমনি বৰা। ৪০ বছৰীয়া যুৱকজনে নিশা অত্যধিক মদ্যপান কৰি কাজিয়াত লিপ্ত হৈছিল মাতৃৰ সৈতে। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

মহাৰাষ্ট্ৰৰ NCPনেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক গুলীয়াই হত্যা ।

লৰেন্স বিষ্ণইৰ দলে গুলীয়াই হত্যা কৰাৰ সন্দেহ ।এখন বাহনেৰে আহি ৩ দুবৃৰ্ত্তই গুলীচালনা কৰে বাবা ছিদ্দিকীক ।১৫ দিন পূৰ্বে বাবা ছিদ্দিকীয়ে অজ্ঞাত লোকৰ পৰা পাইছিল হত্যাৰ ভাবুকি ।ইতিমধ্যে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক ।ধৃত দুই অভিযুক্ত কৰ্নাইল সিং আৰু ধৰম সিং কাশ্যপ বুলি জানিব পৰা গৈছে ।দুই অভিযুক্তৰ ঘৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত ।

পাৱৈ চাহ বাগিচাত এগৰাকী কিশোৰীৰ নৃশংস হত্যাকাণ্ডকলৈ তীব্ৰ চাঞ্চল্য । হত্যাকাৰীক জেললৈ প্ৰেৰণ।

এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত এগৰাকী ১১ বছৰীয়া কিশোৰীক নিজৰ দদায়েকে মঙ্গলবাৰে সন্ধিয়া নিজ ঘৰতে কোনো কাৰণ নোহোৱাকৈ পাছফালৰ পৰা এখন কুঠাৰে ঘপিয়াই হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ পাৱৈ চাহ বাগিচা অঞ্চল । উল্লেখ্য যে, শাৰদীয় দুৰ্গা পূজাৰ বাবে পাৱৈ চাহ বাগিচাত সোমবাৰে বোনাচ প্ৰদান কৰা হৈছিল। পাৱৈ চেণ্টাৰৰ ৫ নং লাইনতো বোনাচ … Read more

ধিং ধ**ণ কাণ্ডৰ তিনি ধ**ণকাৰীৰ ফাঁচীৰ দাবীত বেচামাৰীত উত্তাল প্ৰতিবাদ ।

◆ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত বেচামাৰীত উত্তাল প্ৰতিবাদ।◆ধিঙৰ বেচামাৰীৰ সকলো বিদ্যালয় বন্ধ কৰি সমদল উলিয়াই ছাত্ৰ-ছাত্ৰীয়ে কঁপাইছে ৰাজপথ।◆ধৰ্ষণকাৰীক অতি সোনকালে কৰায়ত্ব কৰি ফাঁচী দিয়াৰ দাবীত উত্তাল বেচামাৰী।◆ধিঙৰ লগতে বেচামাৰী বজাৰো সম্পূৰ্ণৰূপে বন্ধ থাকে।◆বেচামাৰীৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া । DGPক … Read more