মণিপুৰত আন এটা শিশুক গুলীয়াই হত্যা কৰাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল । ঘটনাটোৰ সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ।

শেহতীয়াকৈ, কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে মণিপুৰৰ জিৰিবামত এটা মেইটেই পৰিয়ালৰ ছয়জন সদস্যক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । তেওঁলোকক অসমৰ সীমান্তৰ ওচৰৰ অঞ্চলৰ পৰাই অপহৰণ কৰা হৈছিল । ইয়াৰ পূৰ্বে মণিপুৰত নিহত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ ক্ষত-বিক্ষত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছিল । এটা দহ মাহৰ কেঁচুৱাসহ পৰিয়ালৰ আন তিনিজন সদস্যৰ মৰণোত্তৰ … Read more

নতুন বিপদৰ সন্মুখীন মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং।

১৯ গৰাকী বিজেপি বিধায়কৰ অনাস্থা প্ৰকাশ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিসম্বাদী বিধায়কৰ পত্ৰ প্ৰেৰণ।শীঘ্ৰে বীৰেন সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ দাবী।শান্তি ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ অভিযোগত এন বীৰেন সিঙৰ বিৰুদ্ধেমেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ।মণিপুৰ বিধানসভাৰ অধ্যক্ষ টি সত্যব্ৰত সিঙৰ নেতৃত্বত বিসম্বাদ।প্ৰধানমন্ত্ৰীলৈ ৬ পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ ।পত্ৰখনত স্বাক্ষৰ কৰিছে কেইবাগৰাকীও মন্ত্ৰীয়ে।মণিপুৰ বিধানসভাত আছে ৩২গৰাকী … Read more