লামডিং কংগ্ৰেছ দলত বিসম্বাদ ,দুটা ফৈদৰ সংঘাতত বিধ্বস্ত লামডিং কংগ্ৰেছ…
পদত্যাগ লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতিৰ ৰুদ্ৰকান্ত তামুলীৰ।আগন্তোক পঞ্চায়ত নিৰ্বাচন ২০২৫।পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণতেই হোজাই জিলাৰ লামডিংত কংগ্ৰেছত হৈছে বিসম্বাদ। ফলত কংগ্ৰেছ দলত খহনীয়া।লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি লৈছে ৰুদ্ৰকান্ত তামুলীয়ে। ৰুদ্ৰকান্ত তামুলীয়ে অভিযোগ অনা অনুসৰি হোজাই জিলা কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰায় চৌধুৰীয়ে লামডিং গ্ৰাম্য ব্লকত ব্লক সভাপতি ৰুদ্ৰকান্ত তামুলীৰ লগত কোনো আলোচনা … Read more