নগাঁও জিলাৰ ডিমৰুগুৰি ভোটাইআটি খেলপথাৰত দিৱা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা….
নগাঁও জিলাৰ ডিমৰুগুৰি ভোটাইআটি খেলপথাৰত দিৱা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা….সদৌ অসম ভিত্তিত ভোটাইআটি গাঁৱৰ সৌজন্যত যোৱা ৬ এপ্ৰিলৰ পৰা ভোটাইআটি খেলপথাৰত মৰহুম মইনুল হক চাহাব সোঁৱৰণিত দিবা- নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট খেলুৱৈ সকলৰ অধীক অপেক্ষা কৰি থাকে এই প্ৰতিযোগিতাত খনি কাৰনে,গ্ৰাম্যশ্বল লুকাই থকা ক্ৰীয়া প্ৰতিভা বোৰক এখন … Read more