• Home
  • অসম
  • ৭টা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা
Image

৭টা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

কাইলৈ বিধানসভা নিৰ্বাচন মনোনয়নৰ দাখিল অন্তিম দিন। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনাৰ পূৰ্বে প্ৰকাশ পালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা। এইবাৰ ৭জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে।অসম বিধানসভা নিৰ্বাচন ২০২৬ক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। একে সময়তে প্ৰদেশ কংগ্ৰেছেও প্ৰস্তুত কৰিছে বিশেষ ৰণকৌশল। 

ইতিমধ্যে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। প্ৰদেশ কংগ্ৰেছেও ইতিমধ্যে সুকীয়া সুকীয়া দিনত ৪খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণু গোপাল স্বাক্ষৰিত এক বিবৃতিযোগে ৰাজহুৱা কৰে এই প্ৰাৰ্থী তালিকা।

ঘোষিত প্ৰাৰ্থী

  • গোসাইগাঁও সমষ্টিত যোচেফ হাছদাক প্ৰৰ্থিত্ব প্ৰদান
  • দতমা(এছ টি)ত বীৰখাং বড়ো
  • বিজনীত ৰজত কান্তি সাহা
  • ভেৰগাঁৱত আনচুলা গোৱাৰা দৈমাৰী
  • মাজবাটত নাৰায়ণ অধিকাৰী
  • হাফলং(এছ টি)ত নিৰ্মল লাংথাছা
  • কাটিগড়াত অমৰ চান্দ জৈন।

Releated Posts

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top