• Home
  • অসম
  • অসুস্থ গৰিমা শইকীয়া গাৰ্গ
Image

অসুস্থ গৰিমা শইকীয়া গাৰ্গ

অসুস্থ গৰিমা শইকীয়া গাৰ্গ

গৰিমা শইকীয়া গাৰ্গক হাস্পতালত ভৰ্তি। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমাক।

দুৰ্বলতাৰ বাবে গৰিমা শইকীয়া গাৰ্গক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

অনিয়মীয়া খোৱা-বোৱা আৰু নিদ্ৰাহীনতাৰ বাবে অসুস্থ হৈ পৰিছে গৰিমা।

মঙলবাৰেই গৰিমাক হাস্পতলত ভৰ্তি কৰোৱা হৈছে। লগত আছে জুবিন গাৰ্গৰ ভগ্নী পামী।

Releated Posts

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top