• Home
  • অসম
  • জাগীৰোডৰ ‘গণেশ টকিজ’ চিনেমা হলত উপস্থিত শ্যামন্তক গৌতম
Image

জাগীৰোডৰ ‘গণেশ টকিজ’ চিনেমা হলত উপস্থিত শ্যামন্তক গৌতম

‘জাগীৰোডৰ গণেশ টকিজ চিনেমা হলত উপস্থিত ‘ৰৈ ৰৈ বিনালে’ৰ অন্যতম প্ৰযোজক শ্যামন্তক গৌতম

চিনেমা হলটোত উপস্থিত হৈ বৰ্তমান পৰিৱেশ সন্দৰ্ভত পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় ৷ অতি শীঘ্ৰেই জাগীৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমক অবগত কৰে প্ৰযোজক শ্যামন্তক গৌতমে ৷

জাগীৰোডৰ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত হোৱাত সুখ প্ৰকাশ কৰে প্ৰযোজক গৰাকীয়ে ৷

উল্লেখ্য যে, জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে পুনৰ মুকলি কৰা হৈছে বিগত ৬ বছৰে বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ ৷

Releated Posts

আজি মাঘী গণেশ চতুৰ্থী

আজি গণেশ চতুৰ্থী। পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে মন্দিৰে মন্দিৰে ভক্তৰ আগমণ। ৰাজ্যৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ…

ByByMahesh Malakar Jan 22, 2026

আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাৰ হল ৪ টা মাহ আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি জামিন…

ByByMahesh Malakar Jan 22, 2026

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ আজি পৰ্যন্ত ন্যায় পোৱা নাই প্ৰাণৰ শিল্পী…

ByByMahesh Malakar Jan 19, 2026
Scroll to Top