• Home
  • অসম
  • জাগীৰোডৰ ‘গণেশ টকিজ’ চিনেমা হলত উপস্থিত শ্যামন্তক গৌতম
Image

জাগীৰোডৰ ‘গণেশ টকিজ’ চিনেমা হলত উপস্থিত শ্যামন্তক গৌতম

‘জাগীৰোডৰ গণেশ টকিজ চিনেমা হলত উপস্থিত ‘ৰৈ ৰৈ বিনালে’ৰ অন্যতম প্ৰযোজক শ্যামন্তক গৌতম

চিনেমা হলটোত উপস্থিত হৈ বৰ্তমান পৰিৱেশ সন্দৰ্ভত পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় ৷ অতি শীঘ্ৰেই জাগীৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমক অবগত কৰে প্ৰযোজক শ্যামন্তক গৌতমে ৷

জাগীৰোডৰ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত হোৱাত সুখ প্ৰকাশ কৰে প্ৰযোজক গৰাকীয়ে ৷

উল্লেখ্য যে, জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে পুনৰ মুকলি কৰা হৈছে বিগত ৬ বছৰে বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ ৷

Releated Posts

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…

ByByMahesh Malakar Jul 4, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top