• Home
  • অসম
  • প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ
Image

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ

আজি পৰ্যন্ত ন্যায় পোৱা নাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে

তাৰ মাজতেই জ্যেষ্ঠ অধিবক্তাৰ বিস্ফোৰণ

জুবিন গাৰ্গে ন্যায় পাবলৈ ২০বছৰ সময় লাগিব

২০ পাছতহে ন্যায় পাব জুবিন গাৰ্গে’

‘দীঘলীয়া হৈ আছে বিচাৰ প্ৰক্ৰিয়া’

জুবিন গাৰ্গৰ মৃত্যু গোচৰক লৈ অসহায় মন্তব্য অধিবক্তাৰ

জুবিন গাৰ্গৰ শীঘ্ৰেই ন্যায়ৰ বাবে হ’ব লাগিব দৈনিক শুনানি

ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে

বিশেষ আদালতৰ ব্যৱস্থা কৰাটো একেবাৰেই সহজ

কিন্তু চৰকাৰে হাতত আছে মাত্ৰ ১৫-১৬ দিন

চৰকাৰে ইচ্ছা কৰিলে এতিয়াই ব্যৱস্থা কৰিব পাৰে বিশেষ আদালতৰ

বিশেষ আদালতত শুনানি হলেহে ন্যায় পাব জুবিন গাৰ্গে

বিস্ফোৰক মন্তব্য গুৱাহাটী উকীল সন্থাৰ সভাপতি অপূৰ্ব শৰ্মাৰ

Releated Posts

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।পুৱা ৭.১৫ বজাত দিল্লীৰ পৰা পোনে পোনে যাব চাবুৱালৈ।৯ বাজি ৫০ বজাত চাবুৱাৰ…

ByByMahesh Malakar Feb 13, 2026

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

বহু অপেক্ষাৰ অন্তত দেওঁবাৰে ৰাজহুৱা হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য পাক লিংকৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 9, 2026

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

১০.৩০ বজাৰ আৰম্ভ হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত…

ByByMahesh Malakar Feb 8, 2026

আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026
Scroll to Top