শ্যামকানু মহন্তই নিয়োগ কৰিলে নতুন অধিবক্তা
আজি প্ৰাণ বৰা নামৰ গুৱাহাটীৰ এগৰাকী অধিবক্তাই শ্যামকানুৰ হৈ আদালতত দেখাইছে যুক্তি
পূৰ্বে কলকাতাৰ অধিবক্তা ৰাজদ্বীপ বেনাৰ্জীয়ে শ্যামকানু মহন্তৰ হৈ কৰিছিল ওকালতি
ইতিমধ্যে শ্যামকানুৰ জামিন বাবে আদালতৰ চৌহদত পত্নী অনিতা ডেকা
তাৰ সমান্তৰালকৈ আজি জামিন আবেদনৰ শুনানি নহয় সিদ্ধাৰ্থ শৰ্মাৰ
সিদ্ধাৰ্থ শৰ্মাৰ শপতনামা আদালতত ভুলকৈ জমা দিছিল অধিবক্তাই
কাইলৈৰ ভিতৰত সঠিকভাৱে পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ
আদালতত কিদৰে চলিছে জুবিন হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া












