• Home
  • অসম
  • প্ৰবীণ সাংবাদিক,ধীৰেন্দ্ৰ নাথ চক্ৰৱতী আৰু নাই
Image

প্ৰবীণ সাংবাদিক,ধীৰেন্দ্ৰ নাথ চক্ৰৱতী আৰু নাই

জীৱনৰ অন্তিম পৰ্যায়ৰ লৈকে সক্ৰিয় হৈ থকা ধীৰেন্দ্ৰ নাথ চক্ৰৱতী আৰু নাই ।সাংবাদিকতাৰ ক্ষেত্ৰখনত জীৱনৰ অন্তিম পৰ্যায়ৰ লৈকে সক্ৰিয় হৈ আছিল তেওঁ। সদায়ে চিৰ তৰুণ হৈ থাকিবলৈ বিচৰা মানুহজনৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে।দিছপুৰস্থিত জি এন আৰ চিত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৬ত তেওঁৰ ভৰ্তি কৰা হৈছিল হস্পাতালখনত। 

অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬বছৰ। ২০১৯চনত গণৰাজ্য দিৱসত সাংবাদিকতা বটাঁ লাভ কৰিছিল তেওঁ।কামৰূপ মহানগৰ  জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, অসম জ্যেষ্ঠ  নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক, সন্মিলনৰ প্ৰাক্তন সভাপতিৰ দৰে দায়িত্বও পালন কৰিছিল তেওঁ। 

Releated Posts

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top