• Home
  • ক্ৰীড়া
  •  ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ
Image

 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৬ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।প্ৰথমে বেটিং কৰি ৰয়েল চেৰেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত ৮ উইকেটত সংগ্ৰহ কৰে ২০১ ৰান। বিৰাট কোহলীয়ে ১৬টা বলত ৩২ ৰান কৰাৰ বিপৰীতে ৰজত পাটিদাৰে ৪০ বলত সংগ্ৰহ কৰে ৬৩ ৰান। দেৱদত্ত পাডিক্কলে ১৪, টিম ডেভিদে ১৩, ৰোমাৰিঅ’ শ্বেফাৰ্ডে ২২ আৰু ভেংকটেশ আয়াৰে ২৯ ৰানৰ বৰঙণি আগবঢ়ায়।যশস্বী জয়ছোৱালে ৮টা বলত ১৩ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰিয়ান পৰাগে ৫টা বলত ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয়।

Releated Posts

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ সমুখসমৰত RR vs CSK অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত নামিব ৰাজস্থান ৰয়েলছ চেন্নাই…

ByByMahesh Malakar Mar 30, 2026

 দেখা নাপাব ধোনীৰ চিৰ পৰিচিত হেলিকপ্টাৰ শ্বট বৰ্ষাপাৰাত ধোনীক চোৱাৰ পৰা বঞ্চিত হ’ব অনুৰাগী

কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মেচ। ইতিমধ্যে ৪দিন পূৰ্বৰে পৰা গুৱাহাটীত…

ByByMahesh Malakar Mar 29, 2026

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম…

ByByMahesh Malakar Mar 27, 2026
Scroll to Top