• Home
  • অসম
  • আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ
Image

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ

সমুখসমৰত RR vs CSK

অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত নামিব ৰাজস্থান ৰয়েলছ

চেন্নাই চুপাৰ কিংছৰ ধোনীক চাবলৈ ৰৈ আছিল লক্ষাধিক অনুৰাগী

কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে কিছু বিৰতিত আছে ধোনী

এইবাৰ চেন্নাইৰ হৈ ছঞ্জু ছেমছনে খেলিব

সন্ধিয়া ৭-৩০বজালৈ অপেক্ষা লাখ লাখ ক্ৰিকেট অনুৰাগীৰ

কিন্তু প্ৰথমখন মেচতে বৰ্ষাপাৰাত বতৰে বিধিপথালি দিব নেকি?

Releated Posts

ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি

সাৱধান হওক ৰাজ্যবাসী ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি ধুমুহা-বৰষুণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে কালৰূপ আগন্তুক…

ByByMahesh Malakar Apr 26, 2026

ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি

সাৱধান হওক ৰাজ্যবাসী ৰাজ্যৰ ২৬ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি ধুমুহা-বৰষুণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে কালৰূপ আগন্তুক…

ByByMahesh Malakar Apr 26, 2026

শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN

শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN ঘৰৰ পৰা ওলাই পৰিয়ালক বিভ্ৰান্ত কৰি দুটা দিশত দুখনকৈ UBER বাহন বুক কৰিছিল ভাৱনা…

ByByMahesh Malakar Apr 25, 2026

বিদায় নিশামণি!

নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ চকুত চকুপানী লৈ হাজাৰ হাজাৰ জনতা সমবেত নিশামণিৰ বাসগৃহত ঘৰৰ পৰা হাঁহি স্ফুৰ্তি…

ByByMahesh Malakar Apr 25, 2026
Scroll to Top