• Home
  • অসম
  • পুনৰ সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে কৰিছে পোষ্ট
Image

পুনৰ সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে কৰিছে পোষ্ট

পুনৰ সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে কৰিছে পোষ্ট। জুবিন গাৰ্গৰ মৃত্যুত জড়িত দোষীক সোনকালে শাস্তি প্ৰদান কৰিবলৈ সামাজিক মাধ্যমত বহু কথা লিখিলে গৰিমাই।

জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিজন অসমীয়াই দাবী কৰা পৰিলক্ষিত হৈছে। আনপিনে জুবিন গাৰ্গৰ পত্নী গৰিমাই এক পোষ্টযোগে বহু কথা লিখিছে। পোষ্টতোত লিখিছে যে- আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ’ল। সকলো থান বান হৈ গ’ল। তোমাৰ নিচিনা এজন ব্যক্তিৰ প্ৰতি ইমান জঘন্য অন্যায় কোনোবাই কেনেকৈ কৰিব পাৰে। কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায়। অপেক্ষা কৰিছোঁ ন্যায় প্ৰক্ৰিয়াত সকলো সোনকালে ওলাই আহক আৰু প্ৰতিটো অসুৰে পৃথিৱীৰ কঠোৰতম শাস্তি পাওক। এনেদৰেই ন্যায় বিচাৰিছে গৰিমাই।

Releated Posts

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…

ByByMahesh Malakar Jun 25, 2026
Scroll to Top