• Home
  • অসম
  • যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ
Image

যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

  • নতুন দিল্লীৰ কাকাস্থিত পৱন খেড়াৰ বাসগৃহত উপস্থিত অসম আৰক্ষীৰ দল
  • অসম আৰক্ষীৰ দল উপস্থিত হোৱাৰ পাছত বাসগৃহত নাপালে পৱন খেড়াক 
  • দিল্লীৰ পৰা হাইদৰাবাগলৈ ৰাওনা পৱন খেড়া
  • পৱন খেড়াৰ বিৰুদ্ধে এক্সন আৰম্ভ মুখ্যমন্ত্ৰীৰ ৰিণিকি ভূঞাৰ বিৰুদ্ধে ৩দেশৰ পাৰ্ছপট থকা বুলি অভিযোগ উত্থাপন কৰিছিল সংবাদমেল যোগে।
  • তাৰ পাছতে ৰিণিকি ভূঞাই ক্ৰাইম বাঞ্চত ৰুজু কৰিছিল গোচৰ।
  • যিটো গোচৰৰ নম্বৰ আছিল ৪/২০২৬
  • যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰৰ সম্ভাৱনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনৰ।

Releated Posts

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top