• Home
  • দেশ
  • নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা
Image

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা। লগে লগে উপনগৰ জুহুৰ ক্ৰিটিকেৰ হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয়।

প্ৰাপ্ত খবৰ অনুসৰি, অভিনেতাজনক নিজৰ বাসগৃহত হঠাৎ অচেতন হৈ পৰাৰ পাছতে গোবিন্দক ক্ৰিটিকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ চিকিৎসকৰ পৰ্যবেক্ষণত আছে।
মঙলবাৰে নিশা তেওঁৰ বন্ধু ললিত বিন্দালে অভিনেতাগৰাকীৰ অসুস্থতাৰ কথা শ্বেয়াৰ কৰে। তেওঁ জানিবলৈ দিয়া মতে, গোবিন্দ এতিয়া সুস্থিৰ হৈ জিৰণি লৈছে।

লগতে তেওঁ জনাই যে অভিনেতাগৰাকীৰ গুৰুত্বপূৰ্ণ পৰিমাপসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে আৰু চিকিৎসকসকলে প্ৰয়োজনীয় পৰীক্ষাসমূহ চলাই আছে।

Releated Posts

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই ‘মোক মৌন কৰোৱা হৈছে’ ‘সদনত ভাষণ দিয়া বন্ধ কৰা হৈছে’…

ByByMahesh Malakar Apr 3, 2026

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ উপ-দলপতি পদৰ পৰা আপে অপসাৰণ কৰে চাদ্দাক শেহতীয়াকৈ কেইটবাটাও ঐতিহাসিক বিষয় ৰাজ্যসভাত…

ByByMahesh Malakar Apr 2, 2026

আকৌ জনতাৰ মূৰত মাধমাৰ!

আকৌ জনতাৰ মূৰত মাধমাৰ! গেছ নাটনিৰ মাজতে আকাশলংঘীভাৱে বাঢ়িলে LPG চিলিণ্ডাৰৰ মূল্য ১৯৫ টকা পৰ্যন্ত বৃদ্ধি চিলিণ্ডাৰৰ দাম…

ByByMahesh Malakar Apr 1, 2026
Scroll to Top