• Home
  • অসম
  • উত্তৰ গুৱাহাটীত নিশা নাও দুৰ্ঘটনা
Image

উত্তৰ গুৱাহাটীত নিশা নাও দুৰ্ঘটনা

উত্তৰ গুৱাহাটীত নিশা নাও দুৰ্ঘটনা।

নাও ডুবি নিখোজ এজন যুৱক।

নিখোজ যুৱক জনৰ নাম ৰাকেশ মেধী (৩৮)

যুৱক জনৰ ঘৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিকৰ্ণেশ্বৰত।

হাত নাও লৈ ৪ জন লগৰীয়াৰ লগত পিকনিক খাবলৈ গৈছিল ৰাকেশ মেধী।

স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰিলে অন্য চাৰিজনজনক।

পুৱতি নিশালৈ নদী আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান ।

এতিয়াও উদ্ধাৰ হোৱা নাই নিখোজ হোৱা যুৱকজন।

পিকনিক খাবলৈ যোৱা তিনিজন যুৱকক আটক উত্তৰ গুৱাহাটী থানাৰ।

Releated Posts

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ…

ByByMahesh Malakar Feb 24, 2026
Scroll to Top