• Home
  • অসম
  • বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট

বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট

বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট

ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম।

জুবিন গাৰ্গৰ সপোন বাস্তৱায়িতৰ বাবে ব্যৱহাৰ হ’ব বিশিষ্ট লেখিকাগৰাকীৰ খাৰঘূলিস্থিত বাসগৃহ।

এতিয়াৰে পৰা বাসগৃহটোত কোনো ৰাজনৈতিক কাম-কাজ নচলে বুলি জনালে বিশিষ্ট লেখিকাগৰাকীয়ে।

বিশিষ্ট লেখিকাগৰাকীয়ে সামাজিক মাধ্যমত জনাই যে-

‘সকলোৰে জ্ঞাতাৰ্থে জনালোঁ যে গুৱাহাটিৰ খাৰঘূলিত থকা মোৰ ঘৰটো আজিৰ পৰা আধাৰশিলা ট্ৰাষ্টৰ লগতে জুবিন গাৰ্গে মোৰ হাতত দি যোৱা সকলো দায়িত্বৰ বাবেহে ব্যৱহাৰ কৰা হ’ব৷ ইয়াত আজিৰ পৰা কোনো ৰাজনৈতিক কাম কাজ নচলে৷ দিশপুৰ মিনিষ্টাৰ কল’নিৰ চৰকাৰী বাসগৃহত ৰাজনীতিৰ সৈতে জড়িত সকলো কাম আৰু দেখা সাক্ষ্যাৎ আদি সমাপন হ’ব৷

Releated Posts

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top