• Home
  • অপৰাধনামা
  • উচ্ছেদৰ পিছতেই উৰিয়ামঘাটত চেগুন গছ চোৰৰ উপদ্ৰৱ
Image

উচ্ছেদৰ পিছতেই উৰিয়ামঘাটত চেগুন গছ চোৰৰ উপদ্ৰৱ

উল্লেখযোগ্য যে, উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ পিছতেই ইটোৰ পিছত সিটো অনৈতিক, দুষ্কাৰ্য সংঘটিত হৈ আহিছে । উৰিয়ামঘাটত উচ্ছেদৰ পিছতেই তামোল, শিল, কাঠৰ ৰমৰমীয়া বেহাৰ লগতে চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত এইবাৰ দুষ্কৃতিকাৰীৰ চকু পৰিল মূল্যবান গছত ৷ সোমবাৰে নিশা দুষ্কৃতিকাৰীয়ে লাখ লাখ টকাৰ মূল্যৱান গছ কাটি টহিলং কৰে ৷ অৱশ্যে বন বিষয়া অহাৰ খবৰ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে​ কাঠ চোৰৰ দলটোৱে ৷ এই অভিযানত বন বিভাগে দুখনকৈ বাইকৰ লগতে গছ কটা সামগ্রী জব্দ কৰে ।

জানিব পৰা মতে খবৰৰ ভিত্তিত উৰিয়ামঘাটৰ খণ্ড বন বিভাগৰ এটি দলে অভিযান চলাইছিল । অভিযানত AS 05 1451 নম্বৰৰ এখন মটৰচাইকেলৰ লগতে নম্বৰ প্লেটবিহীন আন এখন মটৰচাইকেল আৰু গছ কাটিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী জব্দ কৰে ৷

Releated Posts

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ যিকোনো মূহুৰ্তত সংঘটিত হ’ব…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top