অধিক হিংসাত্মক ৰূপ লৈছে হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত
গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছে ম্যানমাৰ
সাধাৰণ নিৰ্বাচনৰ পাছতেই ম্যানমাৰত হাহাকাৰ অৱস্থা
বিগত ৬টা মাহত ৭০২ গৰাকী লোকক হত্যা
২২৪ গৰাকী মহিলাৰ লগতে ১৫৪ গৰাকী শিশুক নিৰ্মম হত্যা
ম্যানমাৰত জন্টা বাহিনীৰ নৃশংসতাই জোকাৰি গৈছে বিশ্ব
মৃত্যুৰ ভয়ত ম্যানমাৰ এৰি পলাইছে ৰ’হিংগিয়া শৰণাৰ্থী
















