অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়
কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক
এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ
কাৰ্যবাহী অভিযন্তা প্ৰদীপ শৰ্মাৰ লগতে আবুল হুছেইনক নিলম্বন
কনিষ্ঠ অভিযন্তা শিৱাশিস বৰুৱাৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা
বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ নিৰ্দেশত নিলম্বন, অব্যাহতি
নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ ভিজিটৰ সময়ত কৰ্তব্যত নাছিল দুয়োজন













