• Home
  • অসম
  • গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰৰ পিছতেই আটক লাট মণ্ডলক, উত্তপ্ত পৰিস্থিতি
Image

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰৰ পিছতেই আটক লাট মণ্ডলক, উত্তপ্ত পৰিস্থিতি

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰৰ পিছতেই লাট মণ্ডলক আটক কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ACS নূপুৰ বৰাক গ্ৰেপ্তাৰ কাণ্ডৰ পিছতেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে স্থানীয় ৰাইজৰ। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। লাট মণ্ডলক খেদি খেদি লপা-থপা দিয়ে ভুক্তভোগী ৰাইজে।

জালিয়াতিৰে মাটিৰ নামজাৰী কৰি লাট মণ্ডল পদৰ দৈমাৰীয়ে লৈছিল বৃহৎ পৰিমানৰ ধন। আজি স্থানীয় ৰাইজে জবাবদিহি কৰে লাট মণ্ডল পদৰ দৈমাৰীক।

ৰাইজৰ ৰোষত পৰা লাট মণ্ডল পদৰ দৈমাৰীক উদ্ধাৰ কৰে গৰৈমাৰী আৰক্ষীয়ে। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত তিনিদিনে স্থবিৰ হৈ পৰিছে সকলো কাম-কাজ।

Releated Posts

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’ ‘এই চৰকাৰ থাকিলে ৰাজ্যত প্ৰয়োজন নাই ডকাইতৰ’ ‘কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ…

ByByMahesh Malakar May 22, 2026

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…

ByByMahesh Malakar May 21, 2026

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন আজি শপত বাক্য পাঠ…

ByByMahesh Malakar May 21, 2026
Scroll to Top