• Home
  • অসম
  • গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰৰ পিছতেই আটক লাট মণ্ডলক, উত্তপ্ত পৰিস্থিতি
Image

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰৰ পিছতেই আটক লাট মণ্ডলক, উত্তপ্ত পৰিস্থিতি

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰৰ পিছতেই লাট মণ্ডলক আটক কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ACS নূপুৰ বৰাক গ্ৰেপ্তাৰ কাণ্ডৰ পিছতেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে স্থানীয় ৰাইজৰ। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। লাট মণ্ডলক খেদি খেদি লপা-থপা দিয়ে ভুক্তভোগী ৰাইজে।

জালিয়াতিৰে মাটিৰ নামজাৰী কৰি লাট মণ্ডল পদৰ দৈমাৰীয়ে লৈছিল বৃহৎ পৰিমানৰ ধন। আজি স্থানীয় ৰাইজে জবাবদিহি কৰে লাট মণ্ডল পদৰ দৈমাৰীক।

ৰাইজৰ ৰোষত পৰা লাট মণ্ডল পদৰ দৈমাৰীক উদ্ধাৰ কৰে গৰৈমাৰী আৰক্ষীয়ে। গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত তিনিদিনে স্থবিৰ হৈ পৰিছে সকলো কাম-কাজ।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top