• Home
  • ৰাজনৈতিক
  • বৰাকত সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক তীব্ৰ সমালোচনা
Image

বৰাকত সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক তীব্ৰ সমালোচনা

বৰখলাৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ হৈ ডলু খেলপথাৰত পথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক‌ তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছৰ শাসন কালত বৰাকৰ কোনো উন্নয়ন নোহোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছত বৰাকত চাৰিও ফালৰ‌ পৰা উন্নয়ন হৈছে।‌ মোডীৰ‌ নেতৃত্বত বৰাক – ব্ৰহ্মপুত্ৰ উপত্যকাত সম উন্নয়ন হৈছে।‌ প্ৰধান মন্ত্ৰীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এখন আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ‌ হ’বলৈ আগবাঢ়িছে।‌ গতিকে আত্মনিৰ্ভৰশীল ভাৰত হবলৈ‌, আত্মনিৰ্ভৰ বৰাক বনাব লাগিব, আত্মনিৰ্ভৰ ব্ৰহ্মপুত্ৰ বনাব লাগিব, আত্মনিৰ্ভৰ অসম বনাব লাগিব। বৰখলাৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ‌ লগতে বৰাকৰ আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ সৰ্বানন্দ সোণোৱালে বৰাকবাসীক আহ্বান জনায়।বিগত দহ বছৰত‌ বৰাকৰ বাবে বিজেপিয়ে কৰা উন্নয়নমূলক কামৰো খতিয়ান দাঙি ধৰে সৰ্বানন্দ সোণোৱালে। 

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top